অনুভৱ
মোৰ সপোনৰ একাংশ
Sunday, 15 July 2012
জীৱন
জীৱনৰ ধামখুমীয়াত হেৰাব খোজে সেউজীয়াবোৰ
পানী হব খুজি পুণী হলো
তথাপিও ভাবৰ নিসঙ্গতাত জাপ দিব খোজে সময়
কাঢ়ি লৈ যাব খোজে আলফুলীয়া আবেগ।
Newer Post
Older Post
Home