Thursday 5 July 2012

সময়


ভাল নলগা হৈ আহিছে সময়

সভ্যতাৰ আচোৰত তেজৰ চেকুৰা

কি এক অদ্ভুত আবেদন

সকলো হেপাহ এক দিৱাসপ্ন